Product Summery
Author: Chris Luke
paperback
₹ 225
₹ 250
* মানুহে প্রথমে অভ্যাস গঢ়ি তোলে আৰু পিছত সেই অভ্যাসে মানুহক মনুষ্য কৰি তোলে। কোনো ব্যক্তি সফল হ'বলৈ যিবোৰ অভ্যাসৰ প্ৰয়োজন, সেইবোৰ এই গ্রন্থত উল্লেখ কৰা হৈছে। এই অভ্যাসবোৰ সহজ, পোনপটীয়া কিন্তু শক্তিশালী। * ইয়াত এৰিষ্ট'টল, বেঞ্জামিন ফ্রেংকলিন, মহাত্মা গান্ধী, দালাই লামা, মাদাৰ টেৰেছা, নেলছন মেণ্ডেলা, এলবার্ট আইনষ্টাইন, শ্বেইক্সপীয়েৰ, উইন্সটন চার্চিল, জেমছ বণ্ড, বিল গেট্ছ, ষ্টীভ জব্ছ, এলন মাস্ক, মার্ক টোৱেইন, হেনৰি ফর্ড, ৱাৰেন বাফেট, আর্নেষ্ট হেমিংৱে, মহম্মদ আলী, ৰ’নাল্ডিনহো, পাবল’ পিকাছ’, ছক্রেটিছ, বুদ্ধ, নিউটন, লাও জু, জুলিয়াছ চিজাৰ আদি মহান ব্যক্তিৰ অভ্যাস দিয়া হৈছে।
এই অভ্যাসবোৰ যেনে : ১. টকা-পইচা সম্পর্কীয় অভ্যাস ২. স্বাস্থ্য-সম্বন্ধীয় অভ্যাস ৩. সূক্ষ্ম অভ্যাস ৪. সফলতাৰ লগত জড়িত অভ্যাস ৫. দক্ষতাৰ লগত জড়িত অভ্যাস ৬. সামাজিক খণ্ডৰ লগত জড়িত অভ্যাস ৭. প্ৰেৰণাদায়ক অভ্যাস ৮. সৃষ্টিশীল অভ্যাস ৯. জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত অভ্যাস, ইত্যাদি৷